Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
Transfiguration pending
সমললৈ যাওক

১১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

১১ মাৰ্চ (ইংৰাজী: 11 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  • ১৯১৫ - বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯২৭ - বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।

মৃত্যু[সম্পাদনা কৰক]

  • ২২২ - এলাগাবোলাছ, ৰোমান সম্ৰাট।
  • ১৯৩৯ - বানী বসু, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৫ - আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
  • ১৯৬৩ - মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
  • ১৮৬৯ - ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
  • ২০০৮ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব প্লাম্বিং দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]