Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
Transfiguration pending
সমললৈ যাওক

১৭ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩  ২৪  ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৭ জুলাই (ইংৰাজী: 17 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৮তম (অধিবৰ্ষত ১৯৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৭টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৪৮৯ - নিজাম শ্বাহ দিল্লীৰ চুলতান হৈছিল। [1]
  • ১৯৭৫ - আমেৰিকাৰ মহাকাশযান এপল’ আৰু ৰাছিয়াৰ মহাকাশযান ছয়ুজ’ৰ সংযোগ স্থাপন হৈছিল।
  • ১৯৯৬ - ‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
  • ১৯৯৭ - মাদ্ৰাজৰ নাম চেন্নাই কৰা হৈছিল।[2]
  • ২০০৬ - ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।
  • ২০১০ - বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।
  • ২০১৫ - কবীৰ খানৰ দ্বাৰা পৰিচালিত আৰু ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ বজৰংগী ভাইজান মুক্তি দিয়া হয়।
  • ১৮৮৯ - আৰ্ল ষ্টেনলী গাৰ্ডেনাৰ, আমেৰিকাৰ ৰহস্য ঔপন্যাসিক। [3]
  • ১৯২০ - গৰ্ডন গ'ল্ড, পদাৰ্থ বিজ্ঞানী, লেজাৰৰ উদ্ভাৱক। [4]
  • ১৯৩০ - শচীন ভৌমিক, হিন্দী বোলছবি জগতৰ এজন বিখ্যাত গল্প লেখক আৰু চিত্ৰনাট্যকাৰ। (মৃত্যু: ১২ এপ্ৰিল,২০১১) [5]
  • ১৯৪৭ - কেমিলা পাৰ্কাৰ ব'লছ, ইংলেণ্ডৰ ৰাজকুমাৰ চাৰ্লছৰ দ্বিতীয় পত্নী।
  • ১৯৮৬ - গুঞ্জন ভৰদ্বাজ, ভাৰতীয় অভিনেতা।
  • ১৯৬৯ - ৰবি কিষান, ভোজপুৰী অভিনেতা, হেল্ল' ইন্সপেক্টৰ ধাৰাবাহিকৰ বাবে বিখ্যাত। [6]
  • ১৯২৭ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
  • ১৯৬৪- ভবেশ দাস, অসমীয়া সাংবাদিক আৰু সাহিত্যিক


  • ১৭৯০ - এডাম স্মিথ (ইংৰাজী: Adam Smith) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
  • ১৮৪৫ - চাৰ্লছ গ্ৰে', দ্বিতীয় আৰ্ল গ্ৰে', যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী।
  • ১৯১৮ - নিকোলাছ দ্বিতীয়, ৰাছিয়াৰ অন্তিম জাৰ।
  • ১৯৯২ − কানন দেৱী, সৰ্বভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা।
  • ২০০৫ - এডৱাৰ্ড হিথ্ , বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ২০১৪ - প্ৰমোদ বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।
  • আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস।
  • শ্লোভাকিয়াৰ স্বাধীনতা দিৱস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


  1. https://www.mapsofindia.com/on-this-day/july-17-1996-madras-came-to-be-known-as-chennai
  2. https://www.mapsofindia.com/on-this-day/july-17-1996-madras-came-to-be-known-as-chennai
  3. https://en.wikipedia.org/wiki/Erle_Stanley_Gardner
  4. https://en.wikipedia.org/wiki/Gordon_Gould
  5. https://en.wikipedia.org/wiki/Sachin_Bhowmick
  6. https://en.wikipedia.org/wiki/Ravi_Kishan