Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
Transfiguration pending
সমললৈ যাওক

১৭ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৭তম (অধিবৰ্ষত ১৩৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৮টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৫৪০ - শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।
  • ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
  • ২০০১ - তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ১৮৭০ - ৰাধানাথ শিকদাৰ, ভাৰতীয় গণিতজ্ঞ , মাউন্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক।(জন্মঃ ১৮১৩)
  • ১৯৯৬ - পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
  • ২০২৪ - থানেশ্বৰ বড়ো, অগপৰ প্ৰথম কাৰ্যকালত ৰাজহ মন্ত্ৰী আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ। হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]