Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
সমললৈ যাওক

বেংক অফ আমেৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বেংক অফ আমেৰিকা (অসমীয়া: Bank of America; সংক্ষিপ্তত BofA আৰু BoA) হৈছে উত্তৰ কেৰ'লিনাৰ চাৰ্লটৰ কৰ্পৰেট চেণ্টাৰত মুখ্য কাৰ্যালয় থকা এটা আমেৰিকান বহুজাতিক বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী। কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল। জে পি মৰ্গান চেজৰ পিছত ই আমেৰিকাৰ দ্বিতীয় বৃহত্তম বেংকিং প্ৰতিষ্ঠান আৰু বজাৰ মূলধনৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম বেংক। বেংক অৱ আমেৰিকা আমেৰিকাৰ বিগ ফোৰ বেংকিং প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম।[1] ই জে.পি মৰ্গান চেজ, চিটিগ্ৰুপ আৰু ওৱেলছ ফাৰ্গোৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত আমেৰিকাৰ সকলো বেংক জমা ধনৰ প্ৰায় ১০.৭৩% সেৱা হিচাপে আগবঢ়ায়। ইয়াৰ প্ৰাথমিক বিত্তীয় সেৱাসমূহ হৈছে বাণিজ্যিক বেংকিং, সম্পদ ব্যৱস্থাপনা, আৰু বিনিয়োগ বেংকিং।

মুখ্য কাৰ্যবাহী বিষয়া[সম্পাদনা কৰক]

বৰ্তমানৰ চিইঅ’, ব্ৰায়ান ময়নিহান

চিইঅ’ৰ তালিকা[সম্পাদনা কৰক]

  1. হিউ মেককল (1998–2001)[2]
  2. কেন লুইছ (2001–2009)[3]
  3. ব্ৰায়ান ময়নিহান (2010– )[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]