Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
সমললৈ যাওক

শ্ৰেণী:অপাৰেটিং চিষ্টেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অপাৰেটিং চিষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচোৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰোগ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ ও ব্যহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক তথা কম্পিউটাৰৰ অভ্যন্তৰীণ চিষ্টেম সম্পদসমূহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰোগ্ৰামক সেয়া প্ৰদান কৰে।
এই শ্ৰেণীটোত "অপাৰেটিং চিষ্টেম" সম্বন্ধে লিখা প্ৰবন্ধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 1টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত এটা উপশ্ৰেণী আছে।

"অপাৰেটিং চিষ্টেম" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 8 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 8 টা পৃষ্ঠা আছে।